ASSAM REVENUE
MGNREGA ASSAM 

MGNREGA ASSAM -

Mgnrega assam job details check- নমস্কাৰ বন্ধুসকল, এই পোষ্টত আমি MGNREGA ASSAM কি, MGNREGA ASSAM ৰ কামৰ বিৱৰণ কেনেদৰে পৰীক্ষা কৰিব লাগে, আৰু ASSAM REVENUE লৈ MGNREGA ASSAM ৰ অৱদানৰ বিষয়ে জানিম ।


WHAT IS MGNREGA ASAM  -

Mahatma Gandhi National Rural Employment Guarantee Act 2005 - employment শব্দটো চাই আপুনি পাৰিছে নিশ্চয় । হয় আপুনি ঠিকেই ধৰিছে যে এটা বিত্তীয় বৰ্ষত প্ৰতিখন পঞ্চায়তত এয়া 100 দিনৰ নিযুক্তি আঁচনি । এই আঁচনিৰ সহায়ত গাঁৱত বাস কৰা প্ৰতিজন ব্যক্তিক 100 দিনৰ কাম প্ৰদান কৰা হয় ।


RELATED ARTICLES - TOP FACTS OF ASSAM

HOW TO CHECK MGNREGA ASSAM JOBS -

  • MGNREGA ASSAM ৰ কামৰ অনুসন্ধান কৰিবলৈ, আপোনাৰ ফোন ব্ৰাউজাৰ খোলক 
  • MGNREGA লিখক আৰু SEARCH কৰক
  • বা তলৰ লিংকত লগ অন কৰক
        MGNREGA ASSAM
  • আপোনাৰ জিলা বাছনি কৰক
MGNREGA ASSAM
mgnrega assam
  • আপোনাৰ ব্লক চয়ন কৰক

mgnrega assam
mgnrega assam
  • আপোনাৰ পঞ্চায়ত বাছনি কৰক

mgnrega assam
mgnrega assam works check
  • R2 DEMAND, ALLOCATION AND MUSTEROLL বাকচত 6 নং বিকল্প WORK STATUS বাছনি কৰক
revenue assam
mgnrega assam jobs
  • FINANCIAL YEAR, WORK STATUS আৰু  WORK CATEGORY বাছনি কৰক আৰু proceed বুটামটো টিপক

     আপুনি প্ৰতিটো বিত্তীয় বৰ্ষৰ  প্ৰতিটো নতুন, অনুমোদিত চলি থকা বা সম্পুৰ্ণ কাম  সম্পৰ্কে বিৱৰণ         অনুসন্ধান কৰিব পাৰে । 
    আজিৰ বাবে এইখিনিয়ে । যদি আপোনাক MGNREGA ASSAM ৰ বিষয়ে অধিক তথ্যৰ প্ৰয়োজন          হয় তেন্তে আমাক ফেচবুক বা ইমেইলত সংযোগ কৰক । 


  THANK YOU FOR VISIT ASSAM CAPITAL

Post a Comment

Previous Post Next Post