জিউৰ ইন্টাৰনেট স্পীড বঢ়াওক অতি সহজে :

বৰ্তমান জিঅ উপভোক্তাৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি হোৱাৰ ফলত জিঅ ইউজাৰ সকলে SLOW ইণ্টাৰনেট সমস্যাৰ সন্মুখীন হৈ আছে ।

আজি আমি লৈ আহিছো বহুকেইটা উপায় যাৰ দ্বাৰা আপুনিও জিঅৰ স্পীড বঢ়াব পাৰিব ।

১. আপুনি যেতিয়াই SLOW ইন্টাৰনেটৰ সন্মুখীন হয় নাইবা কিবা বিশেষ কামৰ বাবে তাৎক্ষণিক স্পীড বঢ়াবৰ বাবে "আপোনাৰ ফোনটোত আন এটা ফোনৰ পৰা কল লগাই (ফোন লগাই) ইন্টাৰনেট ব্যৱহাৰ কৰক । আপোনাৰ ইণ্টাৰনেট স্পীড তিনিগুণ বৃদ্ধি পাব । অতিশয় সহজ আৰু ১০০% সুৰক্ষিত উপায় ।

২. আপোনাৰ ফোনত এইটো APN ছেটিংছ ব্যৱহাৰ কৰিও ইণ্টাৰনেট স্পীড বঢ়াব পাৰে । 
NAME - JIO 4G
APN - Jio Net
USERNAME - Jio 4g Internet
SERVER - www.google.com
APN PROTOCOL - IPV4/IPV6
APN ROAMING PROTOCOL - IPV4/IPV6
BEARER - UNSPECIFIED, LTE

এই ছেটিংছ টো ছেভ কৰি চাব পাৰে ।
( তলৰ ফটোত চাই লওক )
JIO NEW APN SETTINGS

JIO SPEED UP APN SETTINGS

৩. বিভিন্ন ধৰণৰ VPN ব্যৱহাৰ কৰি ইণ্টাৰনেট স্পীড বঢ়াব পাৰে যদিও ই বিপদজনক হব পাৰে । বিভিন্ন VPN এপৰ ওপৰত তথ্য চুৰিৰ অভিযোগ ও দেখা গৈছে । গতিকে সকলো পৰীক্ষা নিৰীক্ষা কৰিহে VPN এপ ব্যৱহাৰ কৰিব ।

[ফোন মেমোৰি ভৰ্তি হৈ থাকিলেও ইণ্টাৰনেট স্পীড কমি যায় গতিকে ৩-৪ জিবি খালী ৰাখিহে ইন্টাৰনেট ব্যৱহাৰ কৰক । আমাৰ ফোনৰ BACKGROUNDত বিভিন্ন এপে নেদেখাকৈ ইন্টাৰনেট ব্যৱহাৰ কৰি কাম চলাই থাকে । এই PROCESS সমূহ বন্ধ কৰিহে ইন্টাৰনেট ব্যৱহাৰ কৰক । ]

 [OPEN SIGNAL বা SIGNAL STRENGTH এপ ব্যৱহাৰ কৰি আপোনাৰ ঘৰৰ কোনখিনি ঠাইত স্পীড বেছি পাব চাই লওক )

Post a Comment

Previous Post Next Post