HOTSTAR APP নোহোৱাকৈ কেনেকৈ IPL LIVE STREAM কৰিব ।

হয় চলিত বৰ্ষৰ প্ৰত্যেক খন IPL MATCH আপুনি একেবাৰে বিনামূলীয়াকৈ কিদৰে নিজৰ মোবাইল ফোনত উপভোগ কৰিব তাৰ বাবে আমি লৈ আহিছো নতুন উপায় ।


আৰব দেশৰ দ্বাৰা আয়োজিত এই বৰ্ষৰ IPL ছিজনটোৰ BROADCAST হৈ আছে STARSPORTS 1, STARSPORTS HINDI, STARSPORTS 2 আদি টিভিত উপলব্ধ চেনেল কেইটাত আৰু মোবাইল ফোনত উপভোগ কৰিবলৈ হলে HOTSTAR হৈছে একমাত্ৰ এপ যাৰ বাবে আপুনি HOTSTAR PREMIUM নাইবা HOTSTAR VIP যিকোনো এটা চাবক্ৰিবছন লব লাগিব ।


কিন্তু আমি আপোনাক ১০০% বিনামূলীয়াকৈ IPL LIVE STREAM ফোনত উপভোগ কৰিব পৰাকৈ এটা এপৰ বিষয়ে কম । এই এপটোত আপুনি IPLৰ প্ৰত্যেকখন মেছ FULL HD আৰু বিভিন্ন ভাৰতীয় ভাষাত চাব পাৰি । মই দুদিন ধৰি এই এপটো চলাই আছো আৰু ই একেবাৰে সুৰক্ষিত ।


এই এপটো ডাউনলোড কৰিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক  ।  নতুন পেজটোত এটা ডাউনলোড বুতাম দেখিব । সেই বুতাম টোত ক্লিক কৰক । ১০ ছেকেণ্ড অপেক্ষা কৰক । 


DOWNLOAD NOW


ডাউনলোড‌ হোৱাৰ পিছত এপটো INSTALL কৰি IPL 2020 LIVE TV উপভোগ কৰক । ভাল লাগিলে কমেন্ট এটা কৰি দিব ।

ধন্যবাদ ।

Post a Comment

Previous Post Next Post